Department of Assamese

The department of Assamese is one of the major department of North Lakhimpur College (Autonomous) which offers courses in both U.G., P.G., M.Phil. and Ph.D.. The department introduced P.G.course in Assamese in 2014 with the prime objective to promote quality education.The Certificate course in Performing Art under the scheme of C.O.C.of U.G.C.was also intoduced in the department in the same year.The Department has designed its own syllabi for those courses. The department has been striving for literary & cultural preservation through seminar,workshop,popular talks and various activities ever since its inception.Moreover, the faculty provides an analytical platform for extensive research and critical acclamation on linguistic studies .

Ex Faculty of Department:

  1.   Mr. B. Boruah (Honarary)
  2.   Mr. Biswanarayan Shastri.(1953-1954)
  3.   Mr. Harendra Dev Goswami (1958-90)
  4.   Mr. Satyanath Bora (1960-91)
  5.   Mr. Nityananda Borua (1963-94)
  6.   Mr. Gobinda Mohan Deka (1970-2004)
  7.   Ms. Swarnalata Dhekial Phukan (1973-94)
  8.   Ms. Safia Hanoun Begum (1965-69)
  9.   Dr. Anjan Kr. Ozah(.1992 -2005)
  10.   Ms. Manjira Sarmah (1995-01)

University Toppers from the Department:

  1. Mridul Sarmah, 1st class 1st, 1996
  2. Dipakjyoti Mahanta, 1st class 1st, 2006
  3. Brajen Sarmah, 1st class 1st, 2009
  4. Rinjumoni Hazarika, 1st class 1st, 2011
Name Designation Qualification Date of Joining View Profile
Mouchumi Chetia Associate Professor 29-Sep-1994 View Profile
Dhana Ranjan Kalita Assistant Professor 24-Feb-2002 View Profile
Dr Arabinda Rajkhowa Assistant Professor (HOD) M.A., Ph.D 03-Nov-2005 View Profile
Hemanta Sarmah Assistant Professor 29-Jun-2010 View Profile
Dr Dhiraj Patar Assistant Professor 11-Jan-2021 View Profile
Khagen Pegu 29-Sep-2023 View Profile
Munmi Dutta 0000-00-00 View Profile
Ashim Saikia 0000-00-00 View Profile
Paresh Khanikar 0000-00-00 View Profile
Pubali Borah Guest Faculty 0000-00-00 View Profile
Subhakrishna Phukan Guest Faculty 0000-00-00 View Profile
Prarthana Dutta Guest Faculty 0000-00-00 View Profile
Kriparekha Gogoi Guest Faculty 0000-00-00 View Profile
Ranjit Kakati Guest Faculty 0000-00-00 View Profile
PRAKASH JYOTI SAIKIA Contractual 0000-00-00 View Profile
বাৰ্ষিক আলোচনী

Introduction: নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ বাৰ্ষিক আলোচনীখন ২০০৬ চনৰপৰা নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে৷ ২০০৬–২০২১ লৈ আলোচনীখনৰ নাম আছিল ‘স্মৃতিৰ সঁফুৰা’৷ প্ৰথম অৱস্থাত আলোচনীখন চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় উপলক্ষ্যে প্ৰকাশ পাইছিল বাবে নামটো তেনেদৰে ৰখা হৈছিল৷ কিন্তু ক্ৰমাৎ ইয়াৰ বৈশিষ্ট্য সলনি হ’বলৈ ল’লে আৰু পৰিসৰ বহল হ’বলৈ ল’লে, সেয়ে ২০২১-২২ বৰ্ষৰপৰা প্ৰকাশৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আলোচনীখনৰ নাম ‘অসমীয়া বিভাগৰ আলোচনী’লৈ সলনি কৰা হয়৷

Assamese Department of North Lakhimpur College[Autonomous]

Milestones:
১৯৫২     :     প্ৰতিষ্ঠা, আই. এ. শ্ৰেণীৰ আৰম্ভণি
১৯৬১     :     স্নাতক শ্ৰেণীৰ আৰম্ভণি
১৯৬৫     :     স্নাতকত মেজৰৰ আৰম্ভণি
২০১৪     :     স্নাতকোত্তৰ শ্ৰেণীৰ আৰম্ভণি
২০১৭     :     ‘কম্পিউটাৰত অসমীয়া ভাষাৰ প্ৰয়োগ’ শীৰ্ষক চাৰ্টিফিকেট পাঠ্যক্ৰমৰ আৰম্ভণি
২০২০     :     এম. ফিল. পাঠ্যক্ৰমৰ আৰম্ভণি
২০২২     :     পিএইচ. ডি. পাঠ্যক্ৰমৰ আৰম্ভণি

কেইটিমান উল্লেখযোগ্য দিশ-
1. নিজা পাঠ্যক্ৰম আৰু পাঠ্যসূচীৰে স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰা কলেজ পৰ্যায়ত অসমৰ প্ৰথমটো বিভাগ৷
2. কম্পিউটাৰত অসমীয়া ভাষা ব্যৱহাৰৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা অসমৰ প্ৰথমটো অসমীয়া বিভাগ [২০১৪ৰ পৰা]৷
3. পাঠ্যক্ৰমত অসমীয়া বিজ্ঞান সাহিত্যৰ পূৰ্ণ কাকত অন্তৰ্ভুক্ত কৰা অসমৰ প্ৰথমটো বিভাগ [২০১৬ৰ পৰা]৷
4. পাঠ্যক্ৰমত আধুনিক অসমীয়া গীতি সাহিত্যৰ পূৰ্ণ কাকত অন্তৰ্ভুক্ত কৰা অসমৰ প্ৰথমটো বিভাগ [২০১৩ৰ পৰা]৷
5. পাঠ্যক্ৰমত অসমীয়া প্ৰকৃতি সাহিত্যৰ পূৰ্ণ কাকত অন্তৰ্ভুক্ত কৰা অসমৰ প্ৰথমটো বিভাগ [২০১৯ৰ পৰা]৷
6. কলেজ পৰ্যায়ত নিজা পাঠ্যক্ৰম আৰু গৱেষণা পৰিষদেৰে এম.ফিল. পাঠ্যক্ৰম আৰম্ভ কৰা অসমৰ প্ৰথমটো শৈক্ষিক বিভাগ৷
7. কলেজ পৰ্যায়ত নিজা পাঠ্যক্ৰম আৰু গৱেষণা পৰিষদেৰে পিএইচ. ডি. পাঠ্যক্ৰম আৰম্ভ কৰা অসমৰ প্ৰথমটো শৈক্ষিক বিভাগ৷

 

সূচীপত্ৰ

সম্পাদকীয় ৷৷ 7
শ্ৰদ্ধাঞ্জলি
সনন্ত তাঁতিলৈ শ্ৰদ্ধাঞ্জলি
শাৰদী জোনাক শইকীয়া   ৷৷ 8
স্বৰ্ণ ঢেকিয়াল ফুকনৰ জীৱন আৰু সাহিত্যকৰ্ম
ভীষ্মা সোনোৱাল   ৷৷ 9
ড॰ অপূৰ্ব বৰা
তুলিকা তামুলী   ৷৷ ১০
অপূৰ্ব বৰাৰ ব্যংগ চুটিগল্প
শোভাকৃষ্ণা ফুকন   ৷৷ ১২

বিশেষ লেখা
নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ
ড॰ শেখ মকবুল ইছলাম   ৷৷ ১৮
আন্তৰিকতা পাহৰিব নোৱাৰোঁ তোমালোকৰ
ড॰ জ্যোতিৰেখা হাজৰিকা   ৷৷ ২০

গৌৰৱৰ একলম
জ্ঞানপীঠ বঁটা বিজয়ী তৃতীয়জন অসমীয়া নীলমণি ফুকন
পৰাগজ্যোতি গগৈ   ৷৷ ২১
বুকাৰ বঁটা আৰু গীতাঞ্জলি শ্ৰী
তৃষ্ণা চুতীয়া   ৷৷ ২৩

ভাষা
ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ আৰু 
অৰুণাচল প্ৰদেশৰ ভাষিক প্ৰসংগ
ড॰ সুনীল সন্দিকৈ   ৷৷ ২৫
উইলিয়াম ৰবিন্সন আৰু 
অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ
ড॰ দীপকজ্যোতি মহন্ত   ৷৷ ৩০
ভাষা-মনোভংগী
ড॰ পৰেশ খনিকৰ   ৷৷ ৩৩
     
সাহিত্য
অসমীয়া সৃজনীশীল সাহিত্যলৈ মহিলা লেখকৰ অৱদান
প্ৰাৰ্থনা দত্ত   ৷৷ ৩৬
অসমীয়া ব্যংগ সাহিত্যলৈ লম্বোদৰ বৰাৰ অৱদান
শোভাকৃষ্ণা ফুকন   ৷৷ ৪২
চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ‘এদিন’ উপন্যাসখন
ড॰ চিত্ৰজিৎ শইকীয়া   ৷৷ ৪৯
‘বায়নৰ খোল’ নাটকত প্ৰতিফলিত প্ৰজন্মৰ সংঘাত
অসীম শইকীয়া   ৷৷ ৫১
‘কোনাবাই তো’  উপন্যাসত প্ৰকাশিত সমাজ ব্যৱস্থা আৰু নাৰী স্বাধীনতা
পূবালী বৰা   ৷৷ ৫৪
হোমেন বৰগোহাঞিৰ কথা সাহিত্যত অসমীয়া গ্ৰাম্য জীৱন
ধৰিত্ৰী বৰুৱা   ৷৷ ৬০
পদ্মনাথ গোহাঞিবৰুৱাৰ ‘গাঁওবুঢ়া’ নাটকত প্ৰতিফলিত অসমীয়া সমাজ
দিব্যজ্যোতি শইকীয়া   ৷৷ ৬৪
লক্ষ্মীনন্দন বৰাৰ ‘যাকেৰি নাহিকে উপাম’ 
উপন্যাসত প্ৰতিফলিত লোকজীৱন
জয়শ্ৰী শইকীয়া   ৷৷ ৬৭
প্ৰণৱজ্যোতি ডেকাৰ গল্প সাহিত্য
সুৰেশ দেৱনাথ   ৷৷ ৭০
‘খেলনা’ গল্পত প্ৰতিফলিত বিবিধ দিশ
নিকুমণি দিহিঙীয়া   ৷৷ ৭২
‘হুকুমদাৰ’ ঃ এক আলোচনা
বিনীতা দেৱী   ৷৷ ৭৪
জ্যোতিপ্ৰসাদৰ সংগীত আৰু নাটকত সমাজ চেতনা
ধৰিত্ৰী বৰুৱা   ৷৷ ৭৬

গীতি-সাহিত্য
বিহুগীতত প্ৰতিফলিত সমাজ
মেঘালী দত্ত   ৷৷ ৮৪
অইনিঃতম : এক অনুপম প্ৰেমৰ আধাৰ
খগেন পেগু   ৷৷ ৮৫
অসমীয়া গীতি সাহিত্য আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ গীত গীতাশ্ৰী দেৱী   ৷৷ ৮৮
পাৰ্বতিপ্ৰসাদ বৰুৱাৰ গীতি-কবিতাত প্ৰকৃতি
কবিতা ফুকন   ৷৷ ১০২
ভূপেন হাজৰিকাৰ গীতত দেশপ্ৰেম
ৰীয়া নেওগ   ৷৷ ১০৫
ভূপেন হাজৰিকাৰ গীতত মানৱতাৰ 
কঠীয়া : বৰ বৰ মানুহৰ দোলা
ধৰিত্ৰী বৰুৱা   ৷৷ ১০৯

বিজ্ঞান সাহিত্য
বিজ্ঞান সাহিত্য : কিছু প্ৰাসংগিক কথা
সমুজ্জ্বল শইকীয়া   ৷৷ ১১২
কল্পবিজ্ঞান গল্প হিচাপে বিজয়কৃষ্ণ দেৱশৰ্মাৰ ‘মাওথিয়া’
যশস্বী কাশ্যপ   ৷৷ ১১৭

প্ৰকৃতি সাহিত্য
প্ৰকৃতি সংৰক্ষণ চেতনা আৰু সৌম্যদ্বীপ দত্ত
প্ৰশান্ত মিলি   ৷৷ ১১৯
পৰিৱেশতন্ত্ৰৰ সংৰক্ষণত যুৱ প্ৰজন্মৰ ভূমিকা
তুলিকা তামুলী   ৷৷ ১২৪

প্ৰাসংগিক
শিশুৰ বিকাশত নব্য মাধ্যমৰ প্ৰভাৱ
আলফুল কৌশিক গোস্বামী   ৷৷ ১৩০

প্ৰযুক্তি
প্ৰস্তাৱনামূলকভাৱে ডিজিটেল মানৱিকীবিদ্যা : সংজ্ঞা, ইতিহাস, বিতৰ্ক আৰু ভৱিষ্যৎ
দেৱাশিস বুঢ়াগোহাঁই   ৷৷ ১৩৬

বিষয় : গণমাধ্যম
বৈদ্যুতিন মাধ্যম আৰু সামাজিক মাধ্যমৰ ধামখুমীয়াত ৰেডিঅ’ৰ প্ৰতি সংশয় আৰু সম্ভাৱনা
ধৰিত্ৰী বৰুৱা   ৷৷ ১৪২

লোক-সংস্কৃতি
লোকসংস্কৃতিৰ গৱেষণাত ক্ষেত্ৰ অধ্যয়ন
সমুজ্জ্বল শইকীয়া   ৷৷ ১৪৬

জনগোষ্ঠীয় সাহিত্য-সংস্কৃতি
মিচিংসকলৰ প্ৰাকৃতিক উপাদানগত লোকচিকিৎসা
প্ৰশান্ত মিলি   ৷৷ ১৫২
নেপালী লোকসাহিত্য : লোকজীৱনৰপৰা সাধুকথালৈ
সঞ্জয় আচাৰ্য   ৷৷ ১৫৬
ৰাভা জনগোষ্ঠীৰ ফাৰকান্তি উৎসৱ
অসীম শইকীয়া   ৷৷ ১৬১
দেউৰী জনজাতিৰ পৰম্পৰাগত লোকখাদ্য
জাহ্নৱী শাণ্ডিল্য   ৷৷ ১৬৪
জনগোষ্ঠীয় সমাজত মৃত্যু সম্পক¹য়
লোকাচাৰ : এক অৱলোকন
ধৰিত্ৰী খনিকৰ   ৷৷ ১৬৬

পৰ্যটন
অসমৰ পাৰিপাশ্বিৰ্ক পৰ্যটনস্থল
ভৃগুত্তম বৰা   ৷৷ ১৬৯

গ্ৰন্থ সম্পাদনা
গ্ৰন্থ সম্পাদনাত সম্পাদকৰ দায়িত্ব আৰু গুৰুত্ব
ভাস্কৰ ভূঞা   ৷৷ ১৭৫

গ্ৰন্থকোণ
দীপক কুমাৰ বৰকাকতিৰ উপন্যাস ‘ডিকটন’ : এক আলোচনা
প্ৰভাত ভূঞা   ৷৷ ১৮৪
পদ্মনাথ গোহাঞিবৰুৱা প্ৰণীত ‘দেশী কছৰৎ’ গ্ৰন্থৰ প্ৰাসংগিকতা
বিতুপন শইকীয়া   ৷৷ ১৮৮
অতনু ভট্টাচাৰ্যৰ ‘ৰঘুনাথ, কাপোৰ পিন্ধা’
ময়ূৰী তামুলী  ৷৷ ১৯২
‘নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ’ : এখন ইতিহাসমূলক গ্ৰন্থ
কবিতা ফুকন   ৷৷ ১৯৫
কথাশিল্পীৰ বিয়োগৰ এবছৰ আৰু ‘বৰগোহাঞি চৰ্চা’
বিতু বড়া   ৷৷ ১৯৯
পৰম্পৰাগত শিক্ষা ব্যৱস্থা আৰু জীৱন সংগ্ৰামৰ অবিস্মৰণীয় পাঠ ‘বকুল ফুলৰ দৰে’
পপী বৰুৱা   ৷৷ ২০১
পৰম্পৰাবাদী উপন্যাস হিচাপে বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘জীৱনৰ বাটত’ : এক আলোচনা
কৃপাৰেখা গগৈ   ৷৷ ২০৪
অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’
পূবালী বৰা   ৷৷ ২০৮
‘পৃথিৱীৰ মৰম’ : এক আলোচনা
বিতোপন কাকতি   ৷৷ ২১০

ব্যক্তিত্ব
অসমৰ শৈক্ষিক ক্ষেত্ৰৰ ভেটি গঢ়াত পদ্মনাথ গোহাঞিবৰুৱাৰ ভূমিকা
সুৰেশ দেৱনাথ   ৷৷ ২১৩
সাহিত্যিক পানীন্দ্ৰনাথ গগৈ
ৰাজীৱ হাজৰিকা   ৷৷ ২২২

চলচ্ছিত্ৰ সমালোচনা
সত্যজিৎ ৰায়ৰ ‘অপু ত্ৰিল’জী’
ভবেন্দ্ৰ দাস   ৷৷ ২২৬
জাহ্নু বৰুৱাৰ ‘ফিৰিঙতি’
নীলাক্ষি বৰগোঁহাই   ৷৷ ২৩০
অসমীয়া চলচ্ছিত্ৰৰ সম্ভাৱনাময় কালত ‘আমিষ’
তুলিকা তামুলী   ৷৷ ২৩৩
‘ডায়েল-১০০’ চলচ্ছিত্ৰখনৰ বিষয়ে এটি
সমালোচনামূলক টোকা
অভিজিৎ দত্ত   ৷৷ ২৩৬

কবিতা সমালোচনা
যন্ত্ৰণাৰ এখন বাস্তৱ ছবি : ‘নীলমণি ফুকনৰ মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি’
নৱকান্ত বৰুৱা   ৷৷ ২৩৭

সাক্ষাৎকাৰ
বন্তি শেনচোৱাৰ লগত এক বাৰ্তালাপ
গীতাশ্ৰী দেৱী   ৷৷ ২৪১

গল্প
ঠিকনা
সুৰেশ দেৱনাথ   ৷৷ ২৪৯
বানে ধোৱা জীৱন
মহানন্দ শইকীয়া   ৷৷ ২৫১

কবিতা
জীৱন কলা
চিত্ৰজিৎ শইকীয়া   ৷৷ ২৫২
আকাশবাণী শেঙুন
লুইত কিৰণ দাস   ৷৷ ২৫২
বেলিটোতকৈ জোনটোৱে বেছি জানে
নৱকান্ত বৰুৱা   ৷৷ ২৫৩
ইতিহাসলৈ কিমান দিন
বন্দিতা দেৱী   ৷৷ ২৫৩
ৰাজহাড়
ৰুণ্‌মী শইকীয়া   ৷৷ ২৫৪
মই 
পৰাগজ্যোতি গগৈ   ৷৷ ২৫৪
এখন্তেক নিজক বিচাৰি 
আশা গগৈ   ৷৷ ২৫৪
নিৰ্জন জীৱনত
নয়নমণি সোণোৱাল   ৷৷ ২৫৫

লিমাৰিক
সুৰেশ দেৱনাথ   ৷৷ ২৫৬

উপন্যাসিকা
অভিশপ্ত অনুৰাগৰ তিনিটি পৰ্ব
দ্বিবনদ্বীপ গগৈ   ৷৷ ২৫৭

একাংকিকা
উভালি পৰা জামুগছ
নৱকান্ত বৰুৱা   ৷৷ ২৬২

বাটৰ নাট
ৰূপান্তৰ
দেৱাশিস বুঢ়াগোহাঁই   ৷৷ ২৬৭

ব্যংগ
চিঞৰশ্লেষণ¸
নৱকান্ত বৰুৱা   ৷৷ ২৭১

অনুবাদ গল্প
আফ্ৰিকাৰ পামৰ আজীৱন প্ৰেম
ধৰিত্ৰী বৰুৱা   ৷৷ ২৭৪
জামু গছ
নৱকান্ত বৰুৱা   ৷৷ ২৭৯

অনুভৱ
কলমৰ সীৰলুত শব্দশিল্প
শাৰদী জোনাক শইকীয়া   ৷৷ ২৮৩
ঘূণাসুঁতিত এদিন এৰাতি
কৃষ্টিনা খঙীয়া   ৷৷ ২৮৫

বিভাগৰ অনুভৱ
ব্যতিক্ৰম অভিজ্ঞতাৰে বিভাগত পাঁচবছৰ
কংকিতা শৰ্মা   ৷৷ ২৮৮
নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ
নিকুমণি দিহিঙীয়া   ৷৷ ২৮৯

প্ৰতিবেদন    ৷৷ ২৯০
বিভাগৰ ডায়েৰী আৰু অন্যান্য    ৷৷ ২৯২
লেখত পৰিচিতি  ৷৷ ২৯৭
এলবাম  ৷৷ ২৯৯
বিগত বৰ্ষৰ সম্পাদকসকল  ৷৷ ৩১২

Click here to read the Cover Page

Click here to read the Magazine

Courses Intake Capacity
B.A. Major 70
B.A. Elective 400
B.Sc. Elective 250
M.A. 30+3
M.Phil 6
Ph.D. 4
Certificate Course (Application of Assamese Language in Computer) 50
BA Core/Elective Paper Preview/Download
M.A. Preview/Download
M.Phil Preview/Download
NEP 1st Semester Syllabus Preview/Download

A. Library : The Library established on 9th January, 2000 with the help of teachers, specially Dr. Anjan Kumar Ozah and students of the Assamese Department.The present title of books are 1500. 
B. Cultural Museum : The Cultural Museum meant for preserving the Cultural tradition of Assamese Society was established in 2004 with the combining effort of all teachers and students of the Assamese Department of North Lakhimpur College. 
C. Depatmental publication :

Periodical   1. Smritir Safura 2. Khoj 3. Bulletin
Books 1. Asomiya Kabya Parikroma.( A Reference Book, Edited By Arabinda Rajkhowa, Prescribed in BA Syllabus by Dibrugarh University)
2. Charikhan Asomiya Upaniyas–Bichar aru Bisleshan.( A Reference Book, Edited By
3. Asomiya Chutigalpar gati aru Prakriti.( A Reference Book, Edited By Arabinda

Head,
Department of Assamese, 
North Lakhimpur College (Autonomous), 
Khelmati-787031, North Lakhimpur
Dist.- Lakhimpur.

Dr. Arabinda Rajkhowa , HoD
Ph: 70029-68932
WhatsApp: 94351-89174
email: arabindarajkhowa2011@gmail.com